JAANMONI JUNAK
JAANMONI JUNAK's Channel
 
 
 
My 1st video 🙏
16
 
JAANMONI JUNAK
Your channel viewers will see links here, including "subscribe" and "add as friend".
Profile
 
Name
JAANMONI JUNAK
Description
নমস্কাৰ 🙏
মই Jaanmoni Konwar। ❤️

এই channel-ত আপোনালোকে পাব—
🎵 অসমীয়া মৰমলগা গান
❤️ Family & Kids Videos
🌸 দৈনন্দিন জীৱনৰ মৰমলগা মুহূৰ্ত
🎬 YouTube Shorts

আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই মোৰ আটাইতকৈ ডাঙৰ অনুপ্ৰেৰণা। 🙏❤️

Channel-টো Subscribe কৰি মোৰ লগত থাকিব। 🌸

ধন্যবাদ ❤️🙏
Subscribers
865
Subscriptions
Recent Activity  
JAANMONI JUNAK 🌸 শুভ শিশু দিৱস 🌸 শিশু হৈছে পৃথিৱীৰ আটাইতকৈ ধুনীয়া উপহাৰ। শিশুৰ নিষ্পাপ হাঁহিত লুকাই থাকে হাজাৰটা সুখ, সৰু সৰু সপোনত লুকাই থাকে এখন সুন্দৰ ভৱিষ্যৎ। শৈশৱ জীৱনৰ আটাইতকৈ ধুনীয়া সময়, যি সময় এবাৰ পাৰ হৈ গ’লে কেতিয়াও ঘূৰি নাহে, মাথোঁ স্মৃতিবোৰ বুকুত ৰৈ যায়। প্ৰতিটো শিশুৱে পাওক মৰম, স্নেহ, নিৰাপত্তা আৰু সুন্দৰকৈ জীয়াই থকাৰ অধিকাৰ। সিহঁতৰ সপোনবোৰক সন্মান জনাই, সিহঁতক কেৱল শিক্ষিতেই নহয়, এজন ভাল, দয়ালু আৰু মানৱীয় গুণেৰে পৰিপূৰ্ণ মানুহ হিচাপে গঢ়ি তোলাটো আমাৰ সকলোৰে দায়িত্ব। প্ৰতিটো শিশুৰ মুখত সদায় হাঁহি বিৰিঙি থাকক, সিহঁতৰ সপোনবোৰ বাস্তৱত পৰিণত হওক আৰু ভৱিষ্যৎ পোহৰেৰে উজলি উঠক। পৃথিৱীৰ সকলো কণ কণ শিশুলৈ যাচিলোঁ অশেষ মৰম আৰু আন্তৰিক শুভেচ্ছা। ❤️ 🌼 শুভ শিশু দিৱস। 🌼 (9 days ago)
 
 
JAANMONI JUNAK আজি এটা বছৰ হ’ল… 💔 আপুনি আমাক এৰি যোৱা, কিন্তু আপোনাৰ গানবোৰে আজিও আপোনাক আমাৰ মাজত জীয়াই ৰাখিছে। 🎶 জুবিন দা, আপুনি কেৱল এজন শিল্পী নাছিল—আপুনি আছিল অসমৰ প্ৰতিটো মানুহৰ আৱেগ, ভালপোৱা আৰু হৃদয়ৰ এক অবিচ্ছেদ্য অংশ। আপোনাৰ কণ্ঠত আমি হাঁহিছোঁ, কান্দিছোঁ, প্ৰেম অনুভৱ কৰিছোঁ আৰু জীৱনক নতুনকৈ বুজিবলৈ শিকিছোঁ। এটা বছৰ পাৰ হৈ গ’ল, তথাপিও আপোনাৰ গান বাজিলে এনে লাগে—আপুনি যেন এতিয়াও আমাৰ মাজতেই আছে… ❤️ সময় পাৰ হৈ যাব, কিন্তু আপোনাৰ কণ্ঠ, আপোনাৰ সৃষ্টিৰ সুবাস আৰু আপোনাৰ স্মৃতি কেতিয়াও ম্লান নহ’ব। আপুনি নাথাকিলেও আপোনাৰ গান থাকিব, আপোনাৰ সুৰ থাকিব, আৰু আমাৰ হৃদয়ত আপুনি সদায় জীয়াই থাকিব। 🕊️❤️ জুবিন দা আপোনাক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ🙏 (2 months ago)
 
 
JAANMONI JUNAK নিজেই নিজৰ শক্তি জীৱনত নিজে একো কৰিব নোৱাৰিলে, পৃথিৱীয়ে সন্মান দিব নোৱাৰে। যেতিয়া হাতত একো নাথাকে, বহুতেই কাষ এৰি আঁতৰি যায়। কিন্তু যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে, হাৰ মানিবলৈ নাজানে, পৰি গ'লেও আকৌ উঠি খোজ কাঢ়ে— সফলতাই এদিন তাকেই বিচাৰি আহে। সেয়ে আনৰ ওপৰত নহয়, নিজৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখা। কাৰণ— "ভাগ্য নহয়, নিজৰ চেষ্টা আৰু পৰিশ্ৰমেই জীৱন সলনি কৰাৰ আটাইতকৈ ডাঙৰ শক্তি।" 🌿🙏 (4 months ago)
 
 
JAANMONI JUNAK নমস্কাৰ, সকলোকে ইংৰাজী নৱৰ্ষৰ শুভেচ্ছা লগতে ওলগ জনালোঁ🙏🙏 এই নতুন বছৰে সকলোলৈকে কঢ়িয়াই আনক সুখ শান্তি সমৃদ্ধিৰ বতৰা, সকলোৰে জীৱন হৈ পৰক ৰঙীন। এই নতুন বছৰটি যেন সকলোৰে ভালে কুশলে পাৰ হয় তাকে কামনা কৰিছোঁ🙏🙏 আপোনালোকে মোক বহুত মৰম আশীৰ্বাদ উৎসা দিছে আগবাঢ়ি যাবলৈ, তাৰ কাৰণে বহুত বহুত ধন্যবাদ🙏🙏এনেকৈ আগলৈও মৰম আশীৰ্বাদ উৎসা দি যাব বুলি আশা কৰিলোঁ🙏🙏 Happy New Year 2026🎉🎊🎉🎉 (10 months ago)
 
 
Friends
Channel Comments
manjit_vlog-n7e (1 year ago)
️️
Babita.k.b (2 years ago)
AssameseVlogsMayur (2 years ago)
IronLifterOfficialyt (2 years ago)
sauravcomputer1238 (2 years ago)
sp poems join
punusutradhar5440 (2 years ago)
Hi
TK_Assamese_VLOGS (2 years ago)
mojja ️️️
Gitashreegogoigita1856 (2 years ago)
Dhuniya lgise
Anmolsupport19 (2 years ago)
Heitu kotha ️
jyotishikhaborah4808 (2 years ago)
Hukhi thaka hodai
Rekha-dhun (2 years ago)
Nice sharing ba
akanshaborah2781 (2 years ago)
Moi he nai r hb dia hokolu ke dhunia lagise koina Dhunia dei
assamesedramas5857 (2 years ago)
jugmo jibn hukhr hok
JanmoniBorah-xb1gr (2 years ago)
Muk bik koriba