Your channel viewers will see links here, including "subscribe" and "add as friend".
Profile
Name
Azmin's vlogs
Description
Spread love ❤️
Business inquiry and queries-
azminjuber9696@gmail.com
Facebook-Azmin juber
Instagram-azminjuber
https://www.instagram.com/p/CSQtBKlBk0t/...
Business inquiry and queries-
azminjuber9696@gmail.com
Facebook-Azmin juber
Instagram-azminjuber
https://www.instagram.com/p/CSQtBKlBk0t/...
Subscribers
98.6K
Subscriptions
Recent Activity
|
Azmin's vlogs
https://youtube.com/shorts/p_fKVjQuu3...
Mini vlog
|
||
|
Azmin's vlogs
https://youtube.com/shorts/u_fPk1zDEq...
Mini vlog
|
||
|
Azmin's vlogs
Link
https://www.wishlink.com/share/6z6kxn
First
https://www.wishlink.com/share/6g5hjc
2nd
https://www.wishlink.com/share/6tp6fm
3rd
https://www.wishlink.com/share/6k2qsz
4th
https://www.wishlink.com/share/6ah42g
https://youtube.com/shorts/jcWVavhUUg...
|
||
|
Azmin's vlogs
Link
https://www.wishlink.com/share/6hmmad
https://youtube.com/shorts/yuXUbgqOz0...
|
||
Friends (1)
Channel Comments
|
minakhirkitchen
(6 years ago)
ঘৰ খনত মৰম ,একটা ,বিশ্বাস, চাফ চিকুনকৈ ৰখা এই বিলাকেই ঘৰখন স্বৰ্গ বনাই দিয়ে, ইয়াত পকা ঘৰ কেচা ঘৰ বুলি কোনো কথা নাই, তোমাৰ কথাখিনি শুনি আৰু ভিডিঅটো চাই খুউব ভাল লাগিল
|
|
bubulahmed8706
(6 years ago)
House means love affection, so no classification.
|
|
debasiskalita9774
(6 years ago)
দেউতা নথকাৰ বাবে সৰুৰে পৰাই বহুত কষ্টত ডাঙৰ হৈছো "বা ", যেতিয়া প্ৰথম শ্ৰেণীত আছিলোঁ তেতিয়াই দেউতাক .................।তাৰ পিছত মোৰ আৰু মা অৱস্থা বহুতেই বেয়া হৈ গৈছিল ।মায়ে এটা সৰু আচাৰৰ ফেক্টৰীত কাম কৰিবলৈ ললে ।তেনেকৈ আৰম্ভ হৈছিল মোৰ মা আৰু মোৰ এটা সংগ্ৰামী কষ্টৰ জীৱন,তুমি থকা ঘৰটো এটা সাধৰণ ঘৰ নহয় বাইদেউ ,তোমাৰ আৰু মোৰ দৰে এটা সাধৰণ লৰাৰ বাবে ই এটা অট্টালিকা,ধনী মানুহৰ কথা নকও ,এইবোৰ বাদ দিয়া বাৰু ...লিখিবলৈ বহুতেই মন আছিল কিন্তু?
|
|
vreegusworld3184
(6 years ago)
বাহেৰে সজা হক বা চিমেণ্টেৰে ঘৰ সদায় ঘৰেই হয় আৰু মানুহ সদায় মনৰ ধনী হ'ব লাগে ধনৰ নহয়
|
|
diptimedhi9376
(6 years ago)
ইমান ধুনীয়াকৈ সজাই থোৱা ঘৰখন দেখি বৰ ভাল লাগিল।
|
|
Anupam00062
(6 years ago)
This doesn't matter whether you come from a middle class family or rich family. It's depends upon your mindset
|
|
riaj8795
(6 years ago)
Your house is beautiful everyway....and important thing is we need to be happy with any house where you can living with our family happily ....no matter how much big is your house...cause one-day we all must leave our house one-day its universal truth..
|
|
prasenjitbiswas4454
(6 years ago)
তুমি জীৱনত আগবাঢ়ি যোৱা, তাৰে কামনা কৰিলোঁ|
|
|
rongaming9472
(6 years ago)
Middle class life is best
|
|
parinitahiloidhari1182
(6 years ago)
ঘৰটো কেনেকুৱা সেইটো আচল কথা নহয় ,আপোনাৰ ব্যৱহাৰহে আচল কথা।যিটো মোৰ বহুত ভাল লাগে।ইমান সুষ্পষ্টবাদী।শুভেচ্ছা থাকিল।
|
|
rizaulvlogsgaming8926
(6 years ago)
বহুত ভাল লাগিছে তোমাৰ মিঠা মাত শুনি আৰু পকী ঘৰত কৈ হাজাৰ গুন ধুনীয়া ঘৰ খন চাই , subscribe কৰিলোঁ আগুৱাই যোৱা আল্লাহে তোমাৰ মঙ্গল কৰক তাৰেই কামনা কৰিলোঁ।
|
|
brojenlimboo8751
(6 years ago (edited))
ইমান ধুনীয়াকৈ সজাই ৰাখিছা ইয়াতকৈ আৰু কি লাগে আছ্লতে জানা?ঘৰ খনত মৰম স্নেহ মিলা প্ৰীতি থাকিলেহে ঘৰ বুলি কুৱা হয়।
|
|
TarikTalk
(6 years ago)
ইমান সুন্দৰকৈ সজাই ৰাখিছা ঘৰটো। আচলতে কি জানা, ঘৰ পকা ভঙা কথা নহয়, ঘৰখনৰ মৰমবোৰ আৰু তাত থকা মানুহবোৰৰ মনবোৰ ভাল হব লাগে। সচাকৈ বহুত ভাল লাগিল
|
|
mominathdas9408
(6 years ago)
সচাকৈ এ বহুত ধুনীয়া তোমাৰ ঘৰ খন ।সুন্দৰ ঘৰ এখন হবলৈ হলে অলপ সুখৰ দৰকাৰ ।ডাঙৰ অট্টালিকা নালাগে
|
|
juliray1552
(6 years ago)
বহুত ধুনীয়া লাগিল ভিডিও টি চাই।। তুমি বুলি এ কলো বেয়া নাপাবা।।।তোমাৰ মনৰ ভিতৰ খন সচাকৈ বহুত ভাল।।।তোমাৰ channel টো আজি এ 1st চাইছোঁ ।। আৰু লগতে subscribed ও কৰিলোঁ।।।
|
|
bibhutihazarika6184
(6 years ago)
পকা ঘৰ কেচাঁ ঘৰ বুলি কোনো কথা নাথাকে, মানুহৰ মনটো হে সুন্দৰ হ'ব লাগে। সুন্দৰ, পৰিস্কাৰ আৰু সজাই পৰাই ৰাখিলে যিকোনো বস্তয়ে ভাল লাগে। তোমাৰ ঘৰখন ইমান সুন্দৰ পৰিপাটিকৈ ৰাখিছা ভাল লাগিছে।
|
|
Rekhashruti4562
(5 years ago)
বা আপোনাৰ কথা বোৰ বহুত ভাল লাগে
|
Add comment









































