Ramen Rabha
Ramen Rabha 's Channel
 
 
Republic day // my first vlog
1,971
মোৰ নতুন ভিনি@dinondyavlog
1,969
Aji notun bhini ahise aru Baideo
1,535
 
Ramen Rabha
Your channel viewers will see links here, including "subscribe" and "add as friend".
Profile
 
Name
Ramen Rabha
Description


From Goalpara Video creator/minivloger ,

Facebook = 95k followers ( Ramen rabha )
Youtube = 95k subscriber ( Ramen Rabha )
Instagram = 49k followers (ramen_nixasor )
Sponsorship 👇👇👇👇




Subscribers
100K
Subscriptions
Recent Activity  
Ramen Rabha Thanks you so much everyone for your love and support ❤️❤️❤️ (9 days ago)
 
 
Ramen Rabha আপোনালোক মোৰ বিষয়ে কিবা জানিব লগা আছে যদি question কৰিব পাৰে next ইয়াৰ video আনিম (5 months ago)
 
 
Ramen Rabha তৰা মোৰ ভণ্টি আজিৰ পৰা আকৌ আহি গল video upload দিছে চাব দেই https://youtu.be/wCN4BK-KGmI?si=_amDQ... link দিয়া আছে (6 months ago (edited))
 
 
Ramen Rabha 😭আজি দেউতা নথকা এক বছৰ হৈছে 22 নৱেম্বৰ, বহুত দুখ কষ্টৰ মাজত দিনবোৰ পাৰ কৰিছোঁ 😭😭 যাৰ দেউতা নাই তেওঁ হে বুজি পায় দেউতা নথকাৰ দুখ কিমান, মোক সৰু হৈ থকা অৱস্থাতে দেউতা মোক লৈ এদিন ডাঙৰ মানুহ হব বুলি কৈ কৈ বহুত ভাল পাইছিল মোক আৰু মোক লৈ বহুত সপোন দেখিছিল কিন্তূ এতিয়া দেউতা তুমি নথকা কাৰণে মই বহুত দুৰ্বল হৈ গলোঁ, যেতিয়া এটা সময়ত আমাৰ ঘৰত বহুত দূৰৰ পৰা আমাৰ ঘৰত সদায়েই মানুহ আহিছিল তোমাৰ ল'ৰা video চাই আহিছোঁ বুলি কলে দেউতা মোক বহুত মৰম কৰিছিল uff সেই দিন ইমান সোনকালেই শেষ হব বুলি কোনো কাৰণতে ভবাই নাছিলোঁ ufff😭😭😭 (1 year ago)
 
 
Friends
Channel Comments
raktimbikestan9102 (1 year ago)
Running kori thaka tumi defance line ot sakori paba
PrakantaRabha (1 year ago)
তিনি ভাই ভনীয়েকৰ মুখত সদায় হাঁহি আজি হঠাতে লুকাই গ'ল বৰ বেয়া লাগিল
DurlovchandraDas-r5s (1 year ago)
সদায় তোমালোকৰ মুখত থকা হাঁহি আজি হঠাতে লুকাই গ'ল মোৰ মনতো বৰ বেয়া লাগিছে
mrinmayboro3552 (1 year ago)
জন্ম হ'লে মৃত্যু হ'ব ই। দুখ নকৰিবা ভাই। মইয়ো সৰুতেই দেউতাক হেৰুৱালো।
smritibora8572 (1 year ago)
ভগৱানৰ ওপৰত বিশ্বাস ৰাখা ।তেওঁ তোমালোকক সহায় কৰিব ।
Radhakrishnan-m2j (1 year ago)
জন্ম হ'লে মৃত্যু হব ই । দুখ নকৰিবা ভাই । মইয়ো
uttamrabha5976 (1 year ago)
দুখ কৰি ভাগৰী নপৰিবা,জীৱনত জীয়াই থাকিবলৈ আৰু বহুত সঙগ্ৰাম কৰিব লাগিব,আগলৈ আগুৱাই যোৱা,
RupaliKaibarta-no1ho (1 year ago)
Tumer ghor r manuh bor bor moromiyal ... heppy thaka dada dokh nkoriba
KESHOBOFFICIAL01 (1 year ago (edited))
তিনি ভাই ভনীয়েকৰ মাজত আজি নাই দেউতা বহুত দুখ লাগিল মুৰো | ভগৱানৰ ওপৰত বিশ্বাস ৰখা | এদিন আপোনাৰ কাম নিশ্চয় সফলতা লৈ আনিব | দুখ নকৰিবা দাদা |
manashpratim38 (1 year ago)
Dukh nokoriba dada
mamubaruah7390 (1 year ago (edited))
dukh nokoriba bhogowane hohai koribo ...tumi bohut kostha koribo pora lora ...jibonot Hari najaba ...hahokhere agbahi jua
anunagaria8240 (1 year ago)
তুমি-আগবাঢ়ি"যোৱা"ভগৱানে"সহায়কৰিব
PaporiKalita-i1x (1 year ago)
Tumi vagi noporiba vaiti vogobane tumak sohai কৰিব চেষ্টা kori jowa
LeenaNath-p4s (1 year ago)
Dukh nkoriba dada vagori noporiba saba adin hokolu thik hy jabo hoday vldore agbahri kowa
AnuKR-rb6if (1 year ago)
My god bless both of you babu..bhogobane xoklu thik koridib.sinta nokoriba...
dipanjlineog971 (1 year ago)
Ami tumalukor lgt asu dada sinta nkriba ...kua xunisu vogobane ji kore henu vle kore take vabi kosto kori jua adin nhy adin xukh ahiboi 🏻
RajumoniRajumonidas (1 year ago)
জীৱন সংগ্ৰাম চলাই যোৱা, জয় - পৰাজয়ৰ ভাৱনা এৰি, জয়ৰ মালা পিন্ধিবা এদিন, পৰাজয়ৰ গ্লানি এৰি ।। এই দৰেই তুমি আগুৱাই যোৱা ভাইটি, ভগৱান তোমাৰ সহায় হত্তঁক - তাৰেই প্ৰাৰ্থনা জনালোঁ ।।
nilutpalxaikia4566 (1 year ago)
বেটা তোমালোকৰ লগত ভগৱান আছে