DKDipakkumar
DKDipakkumar's Channel
 
 
 
 
DKDipakkumar
Your channel viewers will see links here, including "subscribe" and "add as friend".
Profile
 
Name
DKDipakkumar
Description
🙏নমস্কাৰ গ্ৰহণ কৰিব 🙏
পোন প্ৰথমে সকলোকে স্বাগতম জনালোঁ৷আহক আমি হাতে হাত ধৰি আমাৰ লোক-সংস্কৃতিক আগুৱাই নিবলৈ চেষ্টা কৰোঁ৷❤️
🎈অসম উত্তৰ-পূৱ ভাৰতৰ বাৰেৰহণীয়া কলা-কৃষ্টিৰে ভৰপূৰ এখন ৰাজ্য৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভিন্ন লোক-উৎসৱ উদযাপিত হয় আৰু এই উৎসৱবোৰৰ লগত সংগতি ৰাখি বিভিন্ন গীত-মাত পৰিৱেশন কৰা হয়৷ এই চেনেলৰ জৰিয়তে এই গীত মাতবোৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কিছু প্ৰয়াস কৰা হৈছে৷ 🎶ইয়াৰ উপৰিও অসমৰ চুকেকোণে লুকাই থকা সুপ্ত প্ৰতিভা সমূহ ৰাইজৰ মাজত চিনাকি কৰি দিবলৈ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছোঁ৷এই ক্ষেত্ৰত আপোনালোকৰ সহায়-সহযোগিতা নিতান্তই প্ৰয়োজন৷ আশা কৰোঁ সকলোৱে সহায়-সহযোগিতা আগবঢ়াই এই চেনেলটোৰ সপোন বাস্তৱত ৰূপায়িত কৰিব৷✍️
🎈সদৌ শেষত সকলোৰে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ🎈

deepakkumardiku@gmail.com


Subscribers
35.4K
Subscriptions
Recent Activity  
DKDipakkumar (1 year ago)
 
 
DKDipakkumar তলৰ কোন গৰাকী দৈত্য “ৰাম” নাম উচ্চাৰণ কৰি মুক্তি লাভ কৰিছিল? (2 years ago)
Vote on a poll:
A বকাসুৰ
Click to vote
B ৰাৱণ
Click to vote
C ৰত্নকাৰ দস্যু
Click to vote
D নৰকাসুৰ
Click to vote
 
 
DKDipakkumar আকৌ এটা বছৰ পাৰ কৰিলোঁ (3 years ago)
 
 
DKDipakkumar কাইলৈ আহি আছে এটা ব্যতিক্ৰমী সাক্ষাৎকাৰ৷ চাবলৈ সাজু নে? (3 years ago)
 
 
Friends
Channel Comments
ChandrakochChandrakoch (2 years ago)
Tomaloi বহুত বহুত শুভেচ্ছা থাকিল মইনা আগুৱাই যোৱা নাগা ৰা ধুনীয়া বজাইছা।
KabitaKalita-ql9ds (2 years ago)
Bohut val. Lagise
minakshikalitapathak1503 (4 years ago)
Dhuniya nagara bojaise maina joni a aru aguwai jaok tai
dhruvjyotidas4989 (4 years ago)
my type of music..she was not beating those drums she was just playing with them..Assamese culture is that's why unbeatable..️
saratdas3469 (4 years ago)
সচাকৈ বহুত ভাল লাগিল । মাইনাৰ নাগাৰা বজোৱা অতি সুন্দৰ ।উজ্জল কামনা কৰিলো ।
ranjitadeka3081 (4 years ago)
Video টো চাই ভাল লাগিল ইমান ধুনীয়াকৈ নাগাৰা বজাইচা তুমি আৰু আগবাঢ়ি যোৱা মাইনা
ashinikalita1776 (4 years ago)
অতি ধুনীয়া। কিছুমান পুৰুষেও এনেদৰে নাগাৰা বজাব নোৱাৰিৱ। তেও আগলৈ এজনী অসম বিখ্যাত নাগাৰা বাদক হিচাপে উজলি উঠক তাৰে কামনা কৰোছোঁ‌ ।
pinkunath666 (3 years ago)
সচাকৈ বহুত ধুনীয়াকৈ নাগাৰা বজাইছে ।।
riturajstudio1071 (4 years ago)
Xosai br val lgile... asorit bojaise swalijoni
nilimagoswami130 (4 years ago)
Bhut dhuniya hoise nagara bjowa sowali jnir nagara bjowa r jito soili to
saratdas3469 (4 years ago)
অতি সুন্দৰ । ভাল লাগিল । নিমন্ত্ৰন কৰাৰ ইচ্ছা আছে ।
bikashdas6721 (4 years ago)
Nice performance.
hazarikabpl (4 years ago)
বৰ সুন্দৰ। সচাঁই আপ্লুত হলো
dipankarrabha3424 (4 years ago)
Nice ..val bojayse de vuntijuni
sangitabharali16 (4 years ago)
বৰ সুন্দৰ। এই দল কৰ বাৰু?ইমান ভাল লাগিলে
bishalbaishya8730 (4 years ago)
বহুত ভাল লাগিছে চাই থাকিবলৈ মন যায় God bless you
jogeshdas4879 (4 years ago)
বহুত ভাল লাগিল ।যোগাযোগৰ মাধ্যমত দিৱ লাগিছিল ?
romiyodutta8319 (4 years ago)
Bor bhal lagil tuma.lukpli hubaisa thakil . thankyou
alakatalukdar5739 (4 years ago)
সচাই ছোৱালী জনীৰ হাতত যাদুয়ে আছে বহুত ভাল লাগিল চাই (পাঠশালা)
nabadas6008 (4 years ago)
So nice ........bhut dhuniya bojaise nagoru