Your channel viewers will see links here, including "subscribe" and "add as friend".
Profile
Name
pranali darshil vlog & cooking
Description
Welcome to Pranali Darshil Vlog & Cooking! ❤️
Hello everyone! 🙏 I’m Pranali Borah from Assam (India) Welcome to my YouTube channel!
Here you’ll find Traditional Assamese Recipes, Easy & Tasty Homemade Food, Assamese Village Style Cooking, Food Videos, Lifestyle Vlogs, Travel Vlogs and YouTube Shorts.
🍲 Cooking Content:
• Traditional Assamese Recipes
• Easy & Tasty Homemade Recipes
• Assamese Food & Village Style Cooking
• Simple Everyday Food Ideas
🎥 Vlog Content:
• Assamese Culture & Lifestyle
• Daily Life Vlogs
• Travel Vlogs
• Village Life & Family Moments
🎵 Shorts Content:
• 90s Romantic Songs
• Hindi Song Shorts
• Old Hindi Songs
• Lip-sync & Entertainment Shorts
• Trending & Viral Shorts
If you enjoy Assamese food, cooking, lifestyle, vlogs and entertaining Shorts, please Subscribe and stay connected. ❤️
Thank you for your love ❤️ and support! 🙏
My 2nd channel
https://www.youtube.com/@Pranali_borah
Subscribers
6.48K
Subscriptions
Recent Activity
|
pranali darshil vlog & cooking
মৰমৰ অসমবাসী ৰাইজ. আপোনালোকে আজি 17/09 /2026 তাৰিখে নৰেন্দ্ৰ মোডী ডাঙৰীয়া কাৰণে কোনে কোনে সন্ধিয়া পদূলি ধূপ চাকি জ্বলাই প্ৰাৰ্থনা কৰিৱ........ আৰু জুবিন দা কাৰণে 19/09/2026 তাৰিখে ঘৰে ঘৰে পদূলি মুখত বিষাদ বেদনা লৈ তেওঁ নিয়াই বাবে সঁচা কৈ প্ৰতিজন অসমীয়া হৈ গৌৰৱে প্ৰাৰ্থনা কৰিৱ vote কৰি জনাক ❤️❤️
Pick a correct answer:
Yes No
|
||
|
pranali darshil vlog & cooking
দায়িত্ব বোজা কঢ়িয়াই কঢ়িয়াই ভাগৰি পৰিছোঁ, এই দায়িত্ব বোজা খন দিনে দিনে দেখোন বেছি গধুৰ হৈ হে আহি আছে, নিজৰ সকলো ভাল লগা সময়, ভাল পোৱা কাম বোৰ দায়িত্ব টোপোলাতে সোমাই গল 😔 মন থাকিলেও দায়িত্ব বাবে থমকি ৰব লাগে 😔 কেতিয়বা হয়তো সময় অভাৱ, আকৌ সময় মিলিলে আমাৰ দৰে সাধাৰণ মানুহৰ টকাৰ চিন্তা কৰো পাছত কেনেকৈ মিলাম বুলি খৰছ কৰা আগতে চকুৰ আগত ভাহি উঠে খৰচ কৰিবলৈ লোৱা টকা কেইটাৰে কি কি অভাৱ পূৰাবলৈ পাৰিম বুলি 😔 সঁচা কথা কবলৈ গলে দায়িত্বই শান্তিৰে জীয়াই থাকিবলৈ নিদিয়ে, আৰু সেই বাবেই লাহে লাহে নিজকে পাহৰি গৈ আছো 😔
|
||
|
pranali darshil vlog & cooking
সৰল ভাৱে জীয়াই থাকিবলৈ চেষ্টা কৰো ❤️ যি আছে, যি পাইছো তাকে লৈ সদায় সন্তুষ্ট থাকো ❤️সেই বাবে হাজাৰ টা জটিল চিন্তা❤️ আৰু স্বাৰ্থপৰ মানুহৰ মাজত জীয়াই থাকিও সুখী হৈ আছো ❤️
|
||
|
pranali darshil vlog & cooking
পুৰুষৰ উপাৰ্জনৰ টকাৰে কেৱল বজাৰৰ সামগ্ৰী কিনি ঘৰ খনৰ অভাৱ পুৰণ কৰিব হে পাৰি, সেই ঘৰখনৰ যি শান্তি, সম্পৰ্ক, সন্মানৰ প্ৰয়োজন সেয়া কেৱল এগৰাকী নাৰীয়ে দিন ৰাতি এক কৰি কথোৰ পৰিশ্ৰম কৰিব লগা হয় তাৰ মূল্য পুৰুষ জনে উপাৰ্জন কৰা টকা কেইটাৰ তুলনাত তেনেই নগণ্য ❤️❤️
|
||
Friends
Channel Comments
|
RanujPegu-hr5sx
(2 years ago)
|
|
ArteUrbanoOficialMusic
(1 year ago)
Like 119 delicious ️
|
|
langqueviettv9999
(2 years ago)
Quá đặc sắc với món ăn này bạn gái, luôn ngóng những món ăn mới.
|
|
Rupam.Das-b9n
(5 months ago)
Hundor
|
|
ektaSingh09
(2 years ago)
Yummy mango pickle
|
|
kalpanagogoiremix6667
(2 years ago)
Tasty
|
|
youngwoong2
(2 years ago)
안녕하세요
|
|
devengogoigogoi8027
(2 years ago)
বাজনাৰ মাতহে বেচি হৈছে কথা বোৰ শুনাত বেমেজালি হ'ল।
|
|
lesvideosdemarie-antoinett6737
(2 years ago)
Merci . Ça a l’ air délicieux . Belle Journée 13
|
|
rubikitchen1993
(2 years ago)
15Like
|
|
Rinkumanivlog
(2 years ago)
Nice sharing
|
|
Monisha993
(2 years ago)
Mojja lgil আমৰ আচাৰ
|
|
kitchenofm
(2 years ago)
Very tasty and delicious mango pickle recipe.
|
|
kitchenqueen07860
(2 years ago)
Nice sharing
|
|
laxmidaimary
(2 years ago)
Testy Testy
|
|
chinudevi1697
(2 years ago)
সুন্দৰ আমৰ আচাৰ বনালে দেই। জিভাৰ পানী পৰিল দেই
|
|
Junudasofficial
(2 years ago)
Bohut dhuniya
|
|
jayakajahaan5425
(2 years ago)
Aachar bahut swadist lag raha hai yammy testy new friends
|
|
Swastikacooking579
(2 years ago)
সুন্দৰ
|
Add comment

































