Your channel viewers will see links here, including "subscribe" and "add as friend".
Profile
Name
Asto akakhot tejal huruj(pori)
Description
সততা মোৰ পৰিচয়🙏
চালনা কৰাৰ মই প্ৰয়োজনবোধ নকৰোঁ,
চালনা তেওঁহে কৰে যাৰ,
বাস্তৱতাৰ সতে মুখামুখি
হোৱাৰ সাহস নাথাকে ❣️🙏11:11claim to universe 🙏🙏l_belive_in_karma☝️🪬so..wait & watch মই ভালো নহয়, বেয়া ও নহয় কিন্তু কিন্তু কাৰোবাৰ জীৱনক লৈ খেলা মানুহ ও নহয়।
🙏নমস্কাৰ মই পৰিস্মীতা বৰাই আপোনালোকৰ মাজলৈ মনোৰঞ্জনৰ লগতে বিশেষ কিছুমান বাৰ্তা দিবলৈ চেষ্টা কৰিছো আশা কৰিছো সকলোৱে মৰমেৰে আকোঁৱালি ল'ব।
আৰু সকলোৱে channel টো subscribe কৰি দিব।

Subscribers
9.75K
Subscriptions
Recent Activity
|
Asto akakhot tejal huruj(pori)
উফ্
শব্দবোৰ কেতিয়াবা অভাৱ হয়।
ভালে থাকক বৌ সদায়।
|
||
|
Asto akakhot tejal huruj(pori)
প্ৰেম সচাঁকৈয়ে এক স্বৰ্গ অনুভূতি।যাক অনুভৱ কৰিব পাৰি।
জুবিন দা আৰু গৰিমা বৌ প্ৰকৃত প্ৰেমৰ অন্য এক নিদৰ্শন। য'ত সঁচা ভালপোৱাৰ বাবে সংগৰ প্ৰয়োজন নহয়।♥️♥️♥️🎀
|
||
|
Asto akakhot tejal huruj(pori)
আপোনাক miss কৰা হৈছে বহুত বেছি।। অতি সোনকালেই আপুনি আমাৰ মাজলৈ আহিব লাগে।।
নতুন বছৰ আহিছে, বিহু আহিছে আপোনাৰ গান শুনিবলৈ ৰৈ আছো আমি। সোনকালেই আহক আপুনি য'তেই আছে।।।🥰
|
||
|
Asto akakhot tejal huruj(pori)
আমাক সমস্ত দি নিজকে বিলীন কৰি পেলোৱা মানৱৰূপী ভগৱানজন।।miss uuu ZG ❤️🫰
|
||
Friends
Channel Comments
|
jinkuchetia-wq3bt
(3 years ago)
Mojah nasisa 🏻️
|
|
dipakgogoi7939
(3 years ago)
Nice
|
|
nangprastutipriya7399
(4 years ago)
|
|
modushmitagogoi129
(4 years ago)
Dhunia lgisa dai
|
|
hiyamoonvlogs4013
(3 years ago)
Nice
|
Add comment