Your channel viewers will see links here, including "subscribe" and "add as friend".
Profile
Name
Ghorua Khana
Description
Welcome to my channel ( Ghorua Khana ) apunaluke ai channelt assamese traditional recipes sa bo pari bo.
নমস্কাৰ!
আপোনালোকক মোৰ চেনেলটোত স্বাগতম জনাইছোঁ৷ এই চেনেলটোৰ জৰিয়তে আপোনালোকক আমাৰ পৰম্পৰাগত ব্যঞ্জনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰন্ধনৰ সৈতে চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিম৷ আমাৰ উঠি অহা প্ৰজন্মক আমাৰ থলুৱা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য সম্ভাৰসমূহৰ লগত পৰিচয় কৰি দিয়া তথা ক্ৰমাৎ অচিনাকি হ’ব ধৰা অলেখ অসমীয়া খাদ্যৰ ৰন্ধন প্ৰণালীক ইউটিউবৰ পৃষ্ঠাত সংৰক্ষণৰ বাবে মোৰ এক ক্ষুদ্ৰ প্ৰয়াস বুলিও ক’ব পাৰে৷ ৰন্ধা-বঢ়া কৰি ভাল পাওঁ, সেয়ে নিজে যি জানোঁ আনক শিকাইও ভাল পাওঁ৷ মোৰ ৰন্ধন প্ৰণালীৰ ৰেচিপি কিছুমান নিয়মীয়া বাৰ্তাৰ বাঁহি/সুকন্যা, প্ৰিয় সখী, আইনা, বিভিন্ন স্মৰণিকা, ই আলোচনী আদিত প্ৰকাশ হৈছে৷ এই চেনেলটোৰ জৰিয়তে অসমীয়া খাদ্য-সম্ভাৰক বিশুদ্ধ ৰূপত উপস্থাপন কৰাৰ যত্ন কৰিম৷ অৱশ্যে তাতো মোৰ নিজা কিছু সংযোজন থাকিব৷ অসমীয়া পৰম্পৰাগত ৰন্ধন প্ৰকৰণক সংৰক্ষণ তথা প্ৰচাৰ দিয়াৰ এই সামূহিক দায়িত্বক আমি সকলোৱে কান্ধ পাতি লওঁ আহকচোন৷ আশা কৰিছোঁ, আপোনালোকে মোৰ চেনেলটোক আদৰি ল’ব তথা আশীৰ্বাদ কৰিব৷

Subscribers
295
Subscriptions
Recent Activity
|
Ghorua Khana
P
|
||
|
Ghorua Khana
P. Nn. . p. L
|
||
|
Ghorua Khana
Efb. L. R. E. R d. E r. Pb. E p. Bb. P p. B dlg. T vpp
|
||
|
Ghorua Khana
Uuipu.vrxugy
|
||
Friends
Channel Comments
|
ShafaCookingBD
(5 years ago)
Great cooking.
|
|
relaxsound6097
(5 years ago)
Old traditional cook, great.....
|
|
subratapaul6697
(5 years ago)
BHALO
|
|
sscorporationtourstravels5011
(5 years ago)
Nice
|
Add comment