Your channel viewers will see links here, including "subscribe" and "add as friend".
Profile
Name
সাম্প্ৰতিক
Description
Subscribers
7.01K
Subscriptions
Recent Activity
|
সাম্প্ৰতিক
আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ১৩আগষ্টৰ পৰা ১৫আগষ্টৰ ভিতৰত অসমৰ প্ৰতি ঘৰে ঘৰে, ৰাজহুৱা স্থানত জাতীয় পতাকা লগোৱাৰ অনুৰোধ। ১৬টকাতে ৰেচনৰ দোকানতে উপলব্ধ হ’ব জাতীয় পতাকা।
এয়া আছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। কিন্তু এই পতাকাক লৈ এতিয়া দুৰ্নীতি চলিবলৈ লৈছে। একাংশৰ বাবে এই মহৎ উদ্দেশ্য হৈ পৰিছে টকা ঘটাৰ মাধ্যম। গাঁৱ বিলাকক বৰ্তমান সুলভ মূল্যৰ দোকানৰ পৰা পতাকা সকলোৱে কিনি আনিছে বিশ টকা মূল্যত। কিন্তু আকৌ আত্মসহায়ক গোটৰ বিষয়ববীয়া সকলে সকলো সদস্যাক নিৰ্দেশ দিছে ৭০ টকাকৈ সকলোৱে এখন পতাকা ক্ৰয় কৰাটো বাধ্যতামূলক নহলে হেনো চৰকাৰী সকলো আঁচনি ৰ পৰা বঞ্চিত হ'ব। মই তেওঁলোকক এই জাননী খন ৰাজহুৱা কৰিবলৈ কৈছোঁ। আপোনালোকৰ পৰা ও জানিব বিচাৰিছোঁ যে দুখীয়া লোক সকলে তিনি চাৰিখন পতাকা ক্ৰয় কৰোটো বাধ্যতামূলক নেকি?
|
||
|
সাম্প্ৰতিক
When nails grow long,
We cut nails not fingers.
Similarly when
Misunderstanding grow up,
Cut your ego,
Not your relationship......
|
||
|
সাম্প্ৰতিক
অসমৰ বহুত জিলাত বানপানীৰ বাবে জনসাধাৰণৰ বৰ দুখজনক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। মানুহৰ সা-সম্পত্তি নষ্ট হৈছে, ছাত্ৰ ছাত্ৰী সকলৰ কিতাপ, বহুমূলীয়া নথি পত্ৰ নষ্ট হৈছে, খোৱা পানী, খাদ্যৰ অভাৱ..... এই বিপদৰ সময়ত আমি নিজৰ সামৰ্থ অনুযায়ীহে সাহায্য আগবঢ়াব পাৰোঁ। তাৰ বাহিৰে কি কৰিম।
প্রতি বছৰে অসমত হৈ থকা বানপানীৰ ভয়াৱহ দৃশ্যই কেন্দ্রীয় চৰকাৰক মনোকষ্ট দিব নোৱৰাটোহে বৰ ডাঙৰ কথা হৈছে৷ আমাৰ দুটামান প্রস্তাৱ ঃ কেন্দ্রীয় চৰকাৰে ব্রহ্মপুত্রই সৃষ্টি কৰা সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰি সমস্যা সমাধানৰ পদক্ষেপ গ্রহণ কৰক৷ গংগা নদীৰ বাবে গঠিত ‘Gonga Commission’ৰ দৰে ব্রহ্মপুত্রক লৈ ‘Brahmaputra Commission’ গঠন কৰি অসমৰ বান, গৰাখহনীয়া, বালি তথা পলস পৰা আৰু আক্রান্ত পৰিয়ালৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্রহণ কৰক, ব্রহ্মপুত্র আৰু ইয়াৰ নদী- উপনৈসমূহ বিজ্ঞানসন্মতভাৱে নিয়ন্ত্রণ আৰু বহুমুখী উন্নয়নৰ হকে থকা জলসম্পদ বিভাগৰ ৰাজ্যিক কাৰিকৰী উপদেষ্টা কমিটীখন অধিক কার্যক্ষম কৰি তুলিব লাগে৷ ৰাজ্যিক কাৰিকৰী উপদেষ্টা কমিটীখনৰ সমান্তৰালকৈ স্থানীয় সমস্যাৰ সৈতে জড়িত অভিজ্ঞ ব্যক্তিক লৈ জিলা পর্যায়ত একোখন আৰু ৰাজ্যিক পর্যায়ত এখন ‘ৰাজহুৱা পৰামর্শদাতা কমিটী’ গঠন কৰিব লাগে৷ মাজুলী সুৰক্ষাৰ বাবে এখন সুকীয়া আয়োগ গঠন কৰিব লাগে৷ কেন্দ্রীয় চৰকাৰ, ৰাজহুৱা খণ্ড তথা ব্যক্তিগত খণ্ডৰ অনুষ্ঠান-প্রতিষ্ঠানৰ বাবে যদি বান সমস্যাৰ সৃষ্টি হয়, ক্ষতিপূৰণ ব্যৱস্থা তেওঁলোকৰ ওপৰত ন্যস্ত হ’ব লাগে৷ বানত সর্বস্বান্ত হোৱাসকলৰ বাবে বানপানীয়ে আক্রান্ত কৰিব নোৱৰা অঞ্চলত চৰকাৰে গৃহ নির্মাণৰ আঁচনি গ্রহণ কৰিব লাগে৷
সোনকালেই পৰিস্থিতি ভালহৈ সকলোৰে দুখ কষ্ট নিবাৰণ হ'বলৈ ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।
|
||
|
সাম্প্ৰতিক
সুপ্ৰভাত জনালোঁ সকলোকে,আজি মোৰ ভাইটিৰ ল'ৰা অনুৰাগৰ জন্ম দিন।এই শুভ দিনটোত তাৰ কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ লগতে আশীৰ্বাদ কৰিব সকলোৱে যাতে কণমানিটোৰ ভৱিষ্যত সুন্দৰ হয়।
|
||
Friends
Channel Comments
|
sivasagarorbuwaripriyanka6913
(6 years ago)
বহুত বহুত ধন্যবাদ জনালোঁ মণিবা .. ভাষাহীন হৈ পৰিছোঁ আপোনাৰ কণ্ঠেৰে আমাৰ প্ৰেম কাহিনীটি শুনি.. খুব সুন্দৰকৈ আপুনি আমাৰ কাহিনীটি উপস্থাপন কৰিছে।সপোন সপোন যেন লাগিছে শুনি বহুত আশা আছিল মোৰ এনেকৈ আমাৰ প্ৰেম কাহিনীটো সকলোকে শুনাবলৈ আজি আপুনি মোৰ সপোন পূৰ কৰিল।
|
|
khonikermusafir5544
(6 years ago)
অসাধারন কবিতা
|
|
শ্ৰীসঞ্জীৱ
(4 years ago)
প্ৰেম মানে কি ? কবা নেকি ? এজন মানুহে এজনী পাৰ চৰাইক প্ৰেম কৰিব পাৰে নে ?
|
|
RimpiKukil
(6 years ago)
প্ৰেম কাহিনীটো ইমান সুন্দৰকৈ উপস্থাপন কৰিছে।আপোনাৰ কণ্ঠত আৰু শুনি থাকিম যেন লাগিল।
|
|
rakhidutta845
(6 years ago)
Moni mala apunar mat to huni val lage
|
|
rupaslifestyle7836
(6 years ago)
Lovely couple ️
|
|
digantachetia4630
(6 years ago)
হয়।আগ্ৰহী।প্ৰেম কাহিনী শুনি ভাল লাগে।আপোনাৰ মাতত শুনি বহুত বহুত ভাল লাগিছে।ধন্যবাদ
|
|
parthagogoi6459
(6 years ago)
Very nice. Wishing both of them a very happy married life for eternity. May the couple be blessed with showers of joy & wonderful times together.
|
|
bedaballavbhagawati760
(6 years ago)
বহু বহু ধন্যবাদ বা আমাৰ প্ৰেম কাহিনী টো সকলোৰে আগত দাঙি ধৰা বাবে।। সুন্দৰ উপস্থাপন হৈছে।।
|
|
satadbahazarika6645
(6 years ago)
Love you both️️
|
|
horubhai7931
(6 years ago)
Mooja
|
|
rimjhimhazarika5381
(6 years ago)
Waiting for the next part
|
|
gpbchannel4981
(6 years ago)
বৰ ভাল লাগিল বা তেওঁলোকৰ বিষয়ে জানি
|
|
ritamonivlog3675
(6 years ago)
Bohut val lagil..
|
|
SUSMITANATH
(6 years ago)
Dhuniya
|
|
pallabidang4937
(6 years ago)
বহুত বহুত ভাল লাগিল ️️️।
|
|
rajashridas1955
(6 years ago)
Bhal lagil
|
|
RANGRANG
(6 years ago)
Bar val lgil kahani to suni... pisar khinir babe roi thakim.
|
|
monalishagogoi4669
(6 years ago)
Bor vaal lagil
|
|
mitalissmallworld4226
(6 years ago)
Bor val lagil
|
Add comment








